অসম চৰকাৰে অসম ৰাজ্যৰ বহু প্ৰত্যাশিত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ টেট পৰীক্ষাৰ অধিসূচনা ২০২১ জাৰি কৰিছে। ইয়াৰ বাবে শিক্ষা বিভাগে কিছুমান নীতি আদৰ্শ নিৰ্ধাৰণ কৰি দিছে। Section 23 of the RTE act-2009 আৰু NCTE ৰ নীতি অনুসৰি শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা ২০২১ ৰ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। ইয়াৰ বাবে পেপাৰ ১ ( নিম্ন প্ৰাথমিক) আৰু পেপাৰ ২(উচ্চপ্ৰাথমিক) দুই ধৰণে অসমৰ স্থানী বাসিন্দাৰ পৰা অনলাইন আৱেদন শিক্ষা বিভাগে বিচাৰিছে। অনলাইন আৱেদন আৰম্ভ:- ১৫ ছেপ্টেম্বৰ ২০২১ অনলাইন আৱেদনৰ শেষ তাৰিখ: ২৫ ছেপ্টেম্বৰ ২০২১ এডমিট কাৰ্ডৰ প্ৰকাশ পাব: ১০ অক্টোবৰ ২০২১ টেট পৰীক্ষা ২০২১ৰ তাৰিখ : ২৪ অক্টোবৰ ২০২১ Online Application Click Here TET Advertisement Click Here TET Syllabus Click Here Official Website click Here টেট পৰীক্ষাৰ সমূহ তথ্য:- পৰীক্ষাৰ নাম:- শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা( TET) 2021, Teachers' Eligibility Test (TET)
Comments
Post a Comment